Mukhyamantri Mahila Udyamita Abhiyaan/Business Plan/self help group members 10,000 application form
এই Vedeo টোৰ জৰিয়তে, মুখ্য মন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অনুদানৰ আবেদন পত্ৰ লগত গাঁঠি দিব লগা Farm ৰ Business Plan আমি কেনেকৈ প্ৰস্তুত কৰিব লাগে?
Business Plan লিখোঁতে সহায়ৰ উদ্দেশ্যে Vedeo টো বনোৱা হৈছে। আপোনালোকে Vedeo টো Share কৰি সহায় কৰিব বুলি আশা ৰাখিলোঁ।
ধন্যবাদ।🙏🙏